1. (a) তলত দিয়াবিলাকৰ শুদ্ধ উত্তৰ বাচি উলিওৱা : 1x3=3
Choose the correct answer of the following: প্রকৃত কোষকেন্দ্ৰ/কোষপ্ৰৰস /
(i) বেক্টেৰিয়াত
বাইব'জ'ম নাথাকে। In bacteria, true nucleus/ cytoplasm/ribosome is absent.
(ii) সঞ্চিত আহাব ‘চায়েন'ফাইচিন' নীল-সেউজ শেলাই/সেউজ শেলাই/ৰঙা শেলাইত পোৱা যায়। Reserve food material 'cyanophycin' is present in blue-green algae/ green algae/red algae,
(iii) ভেঁকুৰৰ কোষবেৰ চেলুল'জ/কাইটিন/প্রাটিনে
গঠিত।
The cell wall of fungi is composed
of cellulose /chitin/protein.
(b) তলত দিয়াবিলাকৰ খালি ঠাই পূৰ কৰা : Fill in the blanks of the following:
(i) ঢেঁকীয়াবৰ্গৰ লিঙ্গধৰ উদ্ভিদক বোলে।
The gametophytic body of pterido phytes is known as
(ii) নগ্নবীজী উদ্ভিদৰ ফ্ল’বৈমত কোষ নাই। The phloem of gymnosperms lacks cell.
তলত দিয়াবিলাকৰ ওপৰত চমু টোকা লিখা (যি কোনো তিনিটা)
(i) বেক্টেৰিয়াৰ সাধাৰণ চৰিত্ৰসমূহ
General characteristics of bacteria
(ii) কৃষিত শেলাইৰ অৰ্থনৈতিক গুৰুত্ব Economic importance of algae in agriculture
(iii) মাইক'বাইজাৰ গুৰুত্ব Significance of mycorrhiza
(iv) লাইকেনৰ প্ৰকাৰসমূহ
2. চিত্রসহ অড'গ'নিয়ামৰ যৌন প্রজনন বৰ্ণনা কৰা। Describe the sexual reproduction Oedogonium with diagram.
3. চিত্রসহ মার্কেনচিয়াৰ ৰেণুধৰ উদ্ভিদব বর্ণনা কৰা। Describe with diagram, the sporophyte of Marchantia.
পাক্চিনিয়াৰ জীৱন বুৰঞ্জী বর্ণনা কৰা। Describe the life history of Puccinia.
অথবা / Or
তলত দিয়াবিলাকৰ বিষয়ে চমু টোকা লিখা :
short notes on the following:
(9) ভেঁকুৰব পুষ্টি
(b) এচক'স্প'ৰ আৰু বেচিডিঅ'স্প'ৰ Ascospores and Basidiospores
5. তলত দিয়াবিলাকৰ [(a) আৰু (b) ] অথবা [(c) আৰু (d)]ব বিস্তৃত বিবরণ লিখা :
Write explanatory notes of either [(a) and (b) ] or [ (c) and (d)) of the following :
(a) চিলাজিনেলাৰ বাইজ'ফ'ৰ Rhizophore of Selaginella
( () ) পাইনাচৰ পুংশঙ্কু
Male cone of Pinus
(c) ইকুইজিটামৰ প্ৰ'থেলাচ
Prothallus of Equisetum
(d) চাইকাচব স্ত্রীলিঙ্গধৰ উদ্ভিদ Female gametophyte of Cycas
চমু টোকা লিখা (যি কোনো দুটা) :
4x2=8
Write short notes on (any two) :
ভাইৰাচৰ চাৰিত্রিক বৈশিষ্ট্যসমূহ
Characteristic features of virus
((b) T-ফাজ ভাইৰাচ
T-Phage virus
(c) বেক্টেৰিয়াৰ ঔদ্যোগিক গুৰুত্ব
Industrial importance of bacteria