3 SEM Zoology Generic Question Paper 2022 under dibrugarh University
Zoology
(Generic Electiv 2022)
Paper Name:- Food ,Nutrition and Health
Download in Pdf Mode:- Click here
(d) টাইফয়েড ৰোগ পৰজীৱীৰ দ্বাৰা হয়। The causative organism of typhoid is
(e)হৈছে প্ৰ'ট’জ’ৱাৰ পৰা হোৱা এবিধ ৰোগ।is an example of protozoan infection.
2. চমু টোকা লিখা (যি কোনো চাৰিটা) :3×4 = 12
Write short notes on (any four) :
(a) মেদবহুলতা Obesity
(b) কেলচিয়াম অভাবগ্রস্ততা Calcium deficiency
(c) আইবন অভাবগ্রস্ততা Iron deficiency
(d) এইড্ছAIDS
(e) খাদ্য বিনষ্ট Food spoilage
(f) প’লিঅ'মাইলিটিচ্ Poliomyelitis
3. সুষম আহাব কি? গর্ভবতী মহিলাৰ বাবে আগবঢ়োৱা সুষম আহাৰ সম্পৰ্কে এটা পৰামৰ্শমূলক টোকা লিখা। 3+6=9 What is balanced diet? Write a note on the suggestive balanced diet pattern for a pregnant woman.
অথবা/Or
পোষণৰ সংজ্ঞা দিয়া। খাদ্যত থকা বিভিন্ন পুষ্টি উপাদান সম্পর্কে ব্যাখ্যা কৰা।Define nutrition. Explain different nutrient components of food/diet.
4. উচ্চ ৰক্তচাপ কি ? ইয়াৰ বিভিন্ন কাৰক সম্পর্কে আলোচনা কৰা । What is hypertension? Discuss various causative factors of hypertension3+6-9
অথবা / Or
অ-সংচাৰী ৰোগ কি? এটা জীবনচর্চা সম্পর্কিত ৰোগৰ বিষয়ে বহলাই লিখা। What is non-communicable disease (NCD)? Write an explanatory note on a lifestyle related disease.3+6=9
5. পানীৰ পৰা সংক্রমিত আৰু পৰজীবীৰ দ্বাৰা সৃষ্ট একোটাকৈ ৰোগৰ বিষয়ে বর্ণনামূলক টোকা লিখা। Write a descriptive note on each of water borne disease and parasitic disease.42+42-9
অথবা/Or
ভিটামিনব সংজ্ঞা দিয়া। ভিটামিনৰ শ্ৰেণীবিভাজন আৰু ইয়াৰ জৈৱিক কাৰ্যসমূহৰ লগতে সাধাৰণ উৎস সম্পর্কে টোকা লিখা।2+7-9
Define vitamin. Write note a on the classification and biological roles of different vitamins and their common sources.
6. কুপোষণ মানে কি বুজা? অভাবজনিত বিকাৰ / ৰোগৰ ওপৰত এটা টোকা লিখা। আয়'ডিনব অভাৱৰ ফলত হোৱা ৰোগৰ লক্ষণ আৰু চিকিৎসা সম্পর্কে লিখা।2+3+4-9
What do you mean by malnutrition? Write a note on the deficiency disorders. Write the symptoms and treatment of iodine deficiency disorder.
অথবা / Or
এড্কেবিয়াচিছ কি? এচুকেৰিয়াচিছ ৰোগৰ সংচাৰণ পদ্ধতি, লক্ষণ আৰু প্ৰতিকাৰ সম্পর্কে আলোচনা কৰা। 2+2+2+3=9 What is ascariasis? Discuss the mode of transmission, symptoms and prevention of ascariasis.
LTK college |
Paper name:- Human Physiology
Download in Pdf mode :- Click here
(c) O2 পৰিবহণTransport of O₂
(d) স্নায়ুপেশীয় সংযোগ
Neuromuscular junction
(e) পাচন/হজম গ্রন্থি Digestive gland S ব’মেন সম্পুট Bowman's capsule
3. পাচন মানে কি ? মানৱ শৰীৰত শৰ্কৰাৰ পাচন প্রক্রিয়াৰ বিষয়ে 1+7-8
What is digestion? Describe the process of
carbohydrate digestion in human body.
অথবা/Or
মানুহৰ পাচন তন্ত্ৰত প্ৰ'টিন আৰু চর্বির শোষণ পদ্ধতি বর্ণনা করা।4+4-8
Describe the process of absorption of protein and fats in human digestive system.4+4-8
4. মায়েলিনযুক্ত স্নায়ুকোষৰ গঠন চিত্রসহ বর্ণনা করা। Draw and describe the structure of a myelinated neuron.
অথবা / Or
কংকাল পেশী আঁহৰ সংকোচন পদ্ধতি চিত্রসহ ব্যাখ্যা কৰা। 6+2=8
Explain the mechanism of skeletal muscle
contraction with diagrams.
5. মানুহৰ হৃদযন্ত্ৰৰ গঠন উপযুক্ত চিত্রসহ বর্ণনা কৰা। 6+2-8 Describe the structure of human heart with suitable diagram.
অথবা / Or
হৃদ চক্র কি ? হৃদ চক্ৰৰ বিভিন্ন অৱস্থাৰ বিষয়ে বর্ণনা কৰা। 2+6=8 What is cardiac cycle? Describe the different phases of cardiac cycle.
6. ডিম্বাশয় বা শুক্রাশয়ৰ যি কোনো এটাৰ গঠন আৰু কাৰ্য চিত্রসহ বর্ণনা কৰা । Describe with diagram the structure and function of either ovary or testis.
অথবা / Or
পিটুইটেৰী গ্ৰন্থিৰ গঠন আৰু কাৰ্য চিত্রসহ বর্ণনা কৰা । 4+4-8 Describe with diagram the structure and function of the pituitary gland.