VICTOR...(কবিতা)
#thejobfactory
#victordas
ভাগৰি যোৱাৰ কথা নাই
নতুন সূৰুয আকৌ দেখাৰ কথা,
সমুখত জীৱন যুদ্ধ
তুমি হলা বহুতো প্ৰত্যাশীৰ ঢাল ॥
নামেই জয় ,ক'তনো লুকাব পাৰে
জয়ৰ সূৰুয,
আপুনি আছা এইভাৱে আমিও আছো
শ শ দুখীয়াৰ জীয়া জীৱন
আপুনি প্ৰগতিৰ উন্নতি কামন
জয় ভিকটৰ দা
দীৰ্ঘজয় ভিকটৰ দা ॥
love you victor daa.
from Tapan Payeng