Breaking Posts

6/trending/recent

Hot Widget

Type Here to Get Search Results !

Ads

পাৰমাণৱিক শক্তি (Nuclear Energy ) 2nd BA/Bsc/B.com Environmental Science with Bsc 6th Sem Botany DSE-6

 

পাৰমাণৱিক শক্তি (Nuclear Energy ) 2nd BA/Bsc/B.com Environmental Science with Bsc 6th Sem Botany DSE-6

এটা ক্ষুদ্র তেজষ্ক্রিয় পদাৰ্থৰ পৰাই আশাতীত পৰিমাণৰ শক্তি উৎপাদন কৰিব পাবি। পাৰমাণৱিক শক্তি উৎপাদন কৰিবৰ বাবে প্রয়োজনীয় কৌশলক পারমাণৱিক বিয়েইৰ বোলা হয়। ১৯৮৬ চনৰ ২৮ এপ্রিলত সংঘটিত হোৱা 'চাণবিল দুর্ঘটনা পৃথিৱীৰ বুৰঞ্জীত এক ভয়াবহ পাৰমাণৱিক দুর্ঘটনা। পূর্বৰ ছোভিয়েট ৰাচিয়াৰ অন্তৰ্গত ইউক্ৰেনৰ চাণবিলত থকা পাৰমাণবিক বিয়েক্টৰত হোৱা ভয়াৱহ বিস্ফোৰণে দুহাজাবো অধিক লোকৰ প্ৰাণ নাশ কৰাৰ উপৰিও দুর্ঘটনাস্থানৰ পৰা ৬০ কিলোমিটাৰ দূৰত্বলৈকে মাটি, পানী আৰু জীৱজগত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছিল বুলি

পাৰমাণৱিক শক্তি (Nuclear Energy ) 2nd BA/Bsc/B.com Environmental Science with Bsc 6th Sem Botany DSE-6

বিশেষজ্ঞসকলে মত প্রকাশ কৰিছিল। কৃষিভূমিসমূহো কেইবাশ বিঘালৈ তেজস্ক্রিয় হৈ পৰিছিল। এই দুর্ঘটনাত চাৰিওফালে চিটিকি পৰা তেজষ্ক্রিয় পদার্থৰ আৱৰ্জনাসমূহ আঁতৰোৱাৰ বাবে হাজাৰৰো অধিক সৈন্য নিয়োজিত কৰিছিল। আনকি মিলিটেৰী হেলিকপ্টাৰৰ পৰা দুৰ্ঘটনাস্থলীত বৃহৎ পৰিমাণৰ বালি, বোকা আদি পদার্থ গলিত তেজস্ক্রিয় শিলবোৰক ঢাকিবলৈ পেলাই দিছিল তেতিয়াও প্রতিঘণ্টাত প্রায় ৩০০ বর্ধন শক্তিযুক্ত ৰশ্মি নির্গত হৈয়ে আছে। আণবিক শক্তি উৎপাদনৰ ক্ষেত্ৰত পাৰমাণৱিক ৰিয়েক্টবৰ বহুল প্রয়োগ হয়। ভাৰতবৰ্ষত চাৰিটা পারমাণৱিক শক্তি উৎপাদন কেন্দ্ৰ আছে আৰু এইবোৰে ২০০৫ মেগাৱাট শক্তি উৎপাদন কৰে।

পাৰমাণবিক শক্তিৰ গুরুত্বপূর্ণ কেইটামান ব্যৱহাৰ হ'ল –
ক) বিদ্যুৎ শক্তি উৎপাদনৰ বাবে।

(খ) সাগৰীয় জাহাজৰ ইন্ধন হিচাপে।
গ) ৰাসায়নিক প্রকল্পসমূহৰ তাপ শক্তি উৎপাদনৰ বাবে।

ঘ) উৰাজাহাজ, মহাকাশযান আদিৰ ইন্ধন হিচাপে।

নিউক্লিয় শক্তি উৎপাদনৰ দুটা মূল পদ্ধতি হ’লঃ
১। নিউক্লিয় বিভংগন : এই পদ্ধতিত আপেক্ষিকভাৱে গধুৰ পাৰমাণৱিক ভৰৰ নিউক্লিয়াচ বিভংগন কৰি প্ৰচুৰ শক্তি উৎপাদন কৰা হয়। উদাহৰণস্বৰূপে – নিউক্লিয় বিয়েক্টবসমূহৰ শক্তি উৎপাদন কৌশল।

২। নিউক্লিয় সংযোজন : এই পদ্ধতিত লঘু পাৰমাণৱিক ভবব নিউক্লিয়াচবোৰ সংযোজন হ’বলৈ দিয়া হয়। এই ব্যৱস্থাত উৎপাদিত শক্তিৰ পৰিমাণ বিভংগন শক্তিতকৈ বহু পৰিমাণে বেছি। এইদৰে উৎপন্ন হোৱা শক্তিক আজিলৈকে মানব সেৱাত ব্যৱহাৰ হোৱা নাই।

A small radioactive substance can produce an expected amount of energy. The technique required to produce nuclear energy is called nuclear beer. The 'Chanbil accident' on April 28, 1986, is a terrible nuclear accident in the history of the world. Experts opined that the deadly explosion at a nuclear reactor in Chanbil, Ukraine under the eastern Soviet Russia, had badly damaged soil, water and living conditions up to 60 km from the accident site, besides killing more people. The agricultural lands were radioactive. In this accident, more troops were deployed in this accident. After the anky military helicopter, the large-scale sand, the foolish original substance melted radioactive shilvark was covered with the molten radioactive shilbork, tetia also emits about 300 incremental rays of energy every hour. Molecular energy production is widely applied in the field of molecular energy production. There is a primary power generation centre and it produces 2005 megawatts of energy.
Some of the most vital uses of nuclear energy are :
a) For generation of electricity power.
(b) As fuel for sea ships.
c) For thermal power generation of chemical projects.
d) As fuel for aircraft, spacecraft etc.
The two main methods of nuclear power generation are:
1. Nucleic dispersion: This method produces a lot of energy by breaking the nucleus of a relatively heavy nuclear mass. For example – the energy generation techniques of nuclear bacteria.
2. Nucleic Additions: In this method, light nuclear potential nucleus are allowed to be added. The amount of energy produced in this system is much higher than the breaking power. The power generated in this way has not been used in human services till date.

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

https://www.ekarsangtakar.com/search/label/Botany%20Question%20Paper?m=1

Ads Bottom

https://www.ekarsangtakar.com/search/label/Botany%20Question%20Paper?m=1