Breaking Posts

6/trending/recent

Hot Widget

Type Here to Get Search Results !

Ads

প্রাকৃতিক সম্পদৰ অৰ্থ (Meaning of Natural Resources)/2nd semester and 6th semester

 প্রাকৃতিক সম্পদৰ অৰ্থ (Meaning of Natural Resources)


প্রাকৃতিক সম্পদৰ অৰ্থ (Meaning of Natural Resources)

সাধাৰণ অৰ্থত উপযোগিতা থকা সকলো প্রকৃতি প্রদত্ত দ্রব্যকে প্রাকৃতিক সম্পদ বোলা হয়। উপভোগ আৰু উৎপাদন কার্যত প্রত্যক্ষ বা পৰোক্ষভাৱে যিবোৰ প্রকৃতি প্রদত্ত সম্পদ ব্যবহৃত হয় সেইবোৰ সম্পদকে প্রাকৃতিক সম্পদ বুলি কোৱা হয়।Robert D. Hamrin ৰ মতে, "Natural Resources the ultimate supply factor-will act either as serious constraint or as a vibrant, sustain ing contributor to growth."
প্রাকৃতিক সম্পদবোৰ হ'ল জৈৱ ৰাসায়নিক আৰু ভৌগোলিক বিৱৰ্তনৰ সবল উৎস। এইবোৰক কোনেও স্বেচ্ছাই নিয়ন্ত্রণ কৰিব নোৱাৰে।
ৰাষ্ট্ৰসংঘৰ মতে প্রাকৃতিক পৰিৱেশত বিদ্যমান আৰু সমাজৰ উপকাৰৰ বাবে ব্যৱহাৰ যোগ্য যিকোনো সামগ্ৰীয়েই হ’ল প্রাকৃতিক সম্পদ। সেইমতে ভূ-ভাগ, জলজসম্পদ, খনিজ সম্পদ, বনজ সম্পদ, জলবায়ু আদি প্ৰাকৃতিক সম্পদৰ অন্তৰ্ভুক্ত হ'ব।

প্রাকৃতিক সম্পদৰ প্ৰকাৰ (Types of Natural Resources) : পর্যাপ্ততাৰ ভিত্তিত প্ৰাকৃতিক সম্পদক দুটা বহল ভাগত ভগাব পাৰি ।

(ক) অন্তব্য শেষ কৰিব পৰা (exhaustible) আৰু
(খ) শেষ কৰিব নোৱাৰা (inexhaustible) পুনৰ
অন্ত বা শেষ কৰিব পৰা (exhaustible) সম্পদ: এই সম্পনবাজিক দুটা ভাগত ভগোৱা হৈছে। সেয়া হ'ল—
(ক) নৱীকৰণযোগ্য (Renewable) প্রাকৃতিক সম্পদঃ সেইবোৰ প্ৰাকৃতিক সম্পদকে নৱীকৰণযোগ্য বুলি কোৱা হয়, যিবোৰ সম্পদ অবিৰত উপভোগৰ পিছতো প্ৰকৃতিৰ দ্বাৰা পুনৰ সৃষ্টি হৈ থাকে। যেনে- পানী, ভূমির উর্ববতা, উদ্যান শস্য, বন্য জীব, জলচৰ গ্ৰাণী, মানৱ প্ৰজাতি।
(খ) অনবীকরণযোগ্য (Non-Renewable) প্রাকৃতিক সম্পদ : অনৱীকৰণযোগ্য প্রাকৃতিক সম্পদৰ ক্ষেত্ৰত ব্যৱহাৰৰ পিছত প্ৰকৃতিয়ে এইসমূহ পুনৰ সৃষ্টি কৰিব নোৱাৰে। যেনে- জৈৱিক প্ৰজাতি, খনিজাত দ্রব্য।
শেষ কৰিব নোৱাৰা (inexhaustible) প্রাকৃতিক সম্পদ ঃ শেষ কৰিব নোৱাৰা প্ৰাকৃতিক সম্পদ বিলাকৰ ভিতৰত উল্লেখযোগ৷ হ’ল সৌৰ শক্তি, বতাহ, বৰষুণ আদি।

প্রাকৃতিক সম্পদসমূহ আকৌ তলত উল্লেখ কৰা ধৰণেবেও ভাগ কৰা হৈছে

১) কাজ সম্পদ (Forest resource) ২) সম্পদ (Water resource)
৩) খনিজ সম্পদ (Mineral resource) ৪) খাদ্য সম্পদ (Food resource)
৫) শক্তি সম্পদ (Energy resource)
৬) ভূ-সম্পদ (Land resource)

প্রাকৃতিক সম্পদসমূহ আৰু ইয়াৰ লগত জড়িত সমস্যাবলী (Natural Resources and Associated Problems)

(১) বনজ সম্পদ (Forest resource) : গছ-গছনি, হাবি-বন ইত্যাদিৰ
সমষ্টিকে বনজ সম্পদ বোলা হয়। অর্থনৈতিক আৰু পাৰিপাৰ্শ্বিক এই দুয়োটা দিশৰ পৰাই বনজ সম্পদৰ গুরুত্ব অপৰিসীম। ভূমণ্ডলৰ প্ৰায় ৪০% বানিৰে পৰিপূর্ণ। আমাৰ ভাৰতবৰ্ষ বনজ সম্পদত অধিক চহকী দেশ।
ভাৰতবৰ্ষৰ ১৯৮৩-৮৪ চনৰ এটা সমীক্ষা অনুযায়ী ৬৭ নিযুত হেক্টৰ মাটিত অৰ্থাৎ মুঠ মাটিকালিৰ শতকৰা ২২ ভাগ বনাঞ্চল। বনাঞ্চলৰ মুঠ মাটিকালিৰ ৫৩ শতাংশ সংৰক্ষিত, ৩০ শতাংশ নিয়ন্ত্রিত বাঞ্চল আৰু বাকী ১৭ শতাংশ শ্রেণীভুক্ত নকৰা বনাঞ্চল। ভাৰতবৰ্ষৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চল, মধ্যপ্রদেশ, উৰিষ্যা আদিত যথেষ্ট পৰিমাণে বনাঞ্চল আছে। অন্যাহতেদি উত্তৰ ভাৰতৰ কোনো কোনো অঞ্চলত যিমান পৰিমাণৰ বনাঞ্চল থকাটো দৰখাৰ সিমান পৰিমাণৰ বনাঞ্চল নাই। সেইবিলাক ঠাইত প্রকৃতিয়ে ভাৰসাম্য   হেৰুৱাই পেলাই বিভিন্ন সমস্যাৰ সৃষ্টি কৰিছে। বিশেষজ্ঞসকলে মত অনুযায়ী নিরক্ষীয় অঞ্চলত মুঠ মাটিৰ এক তৃতীয়াংশত বনাজল থকাটো দৰকাৰ। এই ফালৰ পৰা চাবলৈ ঘ'লৈ ভাৰতৰ বনাঞ্চলৰ পৰিমাণ কম।

১৯৭২-৭৩ চনৰ হিচাপ মতে ভাৰতত মুঠ বনাঞ্চলৰ পৰিমাণ আছিল ৫.৫ কোটি হেল। ১৯৮০-৮১ চনত ইয়াৰ পৰিমাণ ৪, ৬ কোটি হেক্টব হয়ছি। অর্থাৎ বছৰি ৫ লাখ হেক্টৰ বন ধ্বসে কৰা হৈছে। এই সমস্যা সমাধান কৰিবৰ বাবে চৰকাৰী ব্যৱস্থা আৰু ব্যক্তিগত তথ্য সামাজিকভাৱে আন্দোলন গঢ়ি উঠিছে। কিছুমান সমাজবাদী অনুষ্ঠানে কনঞ্চল ফাংস পৰা ৰক্ষা কৰিবলৈ উঠি পৰি লাগিছে। এনে গতিত বনাঞ্চল ধ্বংস হোৱাটো আগন্তুক বিপদৰ লক্ষণ।

বনজ সম্পদ অধিক ব্যৱহাৰ বা শোষণৰ কাৰণ (Causes of over use and over exploitation of Forest Resources):

১) ঔদ্যোগিকৰণ সম্প্ৰসাৰণ আৰু পথ নিৰ্মাণৰ বাবে বনাঞ্চল ব্যৱহাৰ কৰা হয়। (3) বৰ্দ্ধিত জনসংখ্যাৰ ফলশ্ৰুতিত মানুহৰ বাবে বাসভূমি আৰু কৃষিভূমিৰ প্ৰয়োজন হ'ল। ফলত কৃষি আৰু বসতিৰ বাবে বনাঞ্চল ধ্বংস কৰি সেই ঠাই খেতি

কৰিবলৈ আৰু বাস কৰিবলৈ লোৱাৰ ফলত বনাঞ্চল ব্যৱহাৰ কৰিব লগা হয়। ব্যাপক হাৰত বৃদ্ধি পোৱা নগৰীকৰণৰ সম্প্ৰসাৰণো বনাঞ্চল শোষণৰ বাবে জগৰীয়া।

8) মানুহৰ দৈনন্দিন অভাৱ পূৰ্ণ, উদ্যোগৰ কেঁচামালব চাহিদা পূৰণৰ অৰ্থে আৰু বনজ সম্পদৰ চৰকাৰী ৰাজহ সংগ্ৰহৰ ওপৰত গুৰুত্ব অব্যাহত থকাৰ বাবেও বনাঞ্চল ব্যৱহাৰ অব্যাহত আছে।

(2) চোৰাং ব্যৱসায়ী, অধিক লাভৰ আকাঙ্খা, চৰকাৰী বন নীতিৰ বিফলতা আদিও বনাঞ্চল শোষণৰ বাবে জগৰীয়া। দৰিদ্ৰতা, আৰামদায়ক আচবাব আৰু বিলাসী সামগ্ৰী আদিৰ চাহিদা বৃদ্ধি, নদী বান্ধ আদিৰ কাৰণেও বনাঞ্চল ব্যৱহাৰ হোৱা দেখা যায়।
9) মানুহে বনাঞ্চলৰ গছ-গছনি বিলাকক শক্তিৰ উৎপাদানৰ ঘাই আহিলা হিচাপে ব্যৱহাৰ কৰি আহিছে।

t) কেঞ্চাৰৰ দৰে দূৰাৰোগ্য ঔষধো উদ্ভিদৰ গা-গছত পোৱা হৈছে। আধুনিক যুগত বিভীষিকাৰ সৃষ্টি কৰা এইডছৰ দৰে ৰোগৰ নিৰাময়ক ঔষধৰ উপাদান কেমেৰণৰ বনাঞ্চলত পোৱা গৈছে।
) সুগন্ধি দ্ৰৱ্য্য প্রস্তুত কৰোতে প্রয়োজন হোৱা বিভিন্ন উপাদান বনাঞ্চলৰ পৰাই সংগ্ৰহ কৰা হয়।
(Causes of over use and over exploitation of Forest Resources):

>) ঔদ্যোগিকৰণ সম্প্ৰসাৰণ আৰু পথ নিৰ্মাণৰ বাবে বনাঞ্চল ব্যৱহাৰ কৰা হয়। বৰ্দ্ধিত জনসংখ্যাৰ ফলস্রুতিত মানুহৰ বাবে বাসভূমি আৰু কৃষিভূমিৰ প্ৰয়োজন হ'ল। ফলত কৃষি আৰু বসতিৰ বাবে বনাঞ্চল ধ্বংস কৰি সেই ঠাই খেতি কৰিবলৈ আৰু বাস কৰিবলৈ লোৱাৰ ফলত বনাঞ্চল ব্যৱহাৰ কৰিব লগা হয়। ব্যাপক হাৰত বৃদ্ধি পোৱা নগৰীকৰণৰ সম্প্ৰসাৰণো বনাঞ্চল শোষণৰ বাবে জগৰীয়া।
8) মানুহৰ দৈনন্দিন অভাৱ পূৰণ, উদ্যোগৰ কেঁচামালৰ চাহিদা পূৰণৰ অৰ্থে আৰু বনজ সম্পদৰ চৰকাৰী ৰাজহ সংগ্ৰহৰ ওপৰত গুৰুত্ব অব্যাহত থকাৰ বাবেও বনাঞ্চল ব্যৱহাৰ অব্যাহত আছে।

2) চোৰাং ব্যৱসায়ী, অধিক লাভব আকাঙ্খা, চৰকাৰী বন নীতিৰ বিফলতা আদিও বনাঞ্চল শোষণৰ বাবে জগৰীয়া।
(3) দৰিদ্ৰতা, আৰামদায়ক আচবাব আৰু বিলাসী সামগ্রী আদিব চাহিদা বৃদ্ধি, নদী
বান্ধ আদিৰ কাৰণেও বনাঞ্চল ব্যৱহাৰ হোৱা দেখা যায়। 9) মানুহে বনাঞ্চলৰ গছ-গছনি বিলাকক শক্তিৰ উৎপাদানৰ ঘাই আহিলা হিচাপে ব্যৱহাৰ কৰি আহিছে।
t) কেঞ্চাৰৰ দৰে দূৰাৰোগ্য ঔষধো উদ্ভিদৰ গা-গছত পোৱা হৈছে। আধুনিক যুগত বিভীষিকাৰ সৃষ্টি কৰা এইডছৰ দৰে ৰোগৰ নিৰাময়ক ঔষধৰ উপাদান কেমেৰণৰ বনাঞ্চলত পোৱা গৈছে।
>) সুগন্ধি দ্ৰৱ্য্য প্ৰস্তুত কৰোতে প্রয়োজন হোৱা বিভিন্ন উপাদান বনাঞ্চলৰ পৰাই সংগ্ৰহ কৰা হয়।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

https://www.ekarsangtakar.com/search/label/Botany%20Question%20Paper?m=1

Ads Bottom

https://www.ekarsangtakar.com/search/label/Botany%20Question%20Paper?m=1