Breaking Posts

6/trending/recent

Hot Widget

Type Here to Get Search Results !

Ads

এই আলোচনা পত্ৰখনৰ যোগেদি স্কুলীয়া আৰু বিশ্ববিদ্যালয় শিক্ষাৰ পুনৰ সংগঠন সম্পৰ্কে কোঠাৰী আয়োগে পৰামৰ্শ সমুহৰ বিষয়ে আলোচনা কৰা হৈছে ।

 নমস্কাৰ

এই আলোচনা পত্ৰখনৰ যোগেদি স্কুলীয়া আৰু বিশ্ববিদ্যালয় শিক্ষাৰ পুনৰ সংগঠন সম্পৰ্কে কোঠাৰী আয়োগে পৰামৰ্শ সমুহৰ বিষয়ে আলোচনা কৰা হৈছে ।




তত্ত্বাবধায়ক

((শিক্ষক জনৰ নাম))

অধিক জানিবলৈ ফটোতো ক্লিক কৰক


MRP=1649





প্ৰস্তুতকৰ্তা 

((নামসহ নিজৰ ৰোল নং)






অৱতৰণিকা


বিষয়ৰ পৰিচয় : এই আলোচনা পত্ৰখনৰ যোগেদি স্কুলীয়া আৰু বিশ্ববিদ্যালয়  শিক্ষাৰ পুনৰ  সংগঠন সম্পৰ্কে কোঠাৰী আয়োগে পৰামৰ্শ সমুহৰ বিষয়ে আলোচনা কৰা হৈছে ।



অধ্যয়ণৰ উদ্দেশ্য


🔷 স্কুলীয়া শিক্ষাৰ পুনৰ সংগঠন  সম্পৰ্কে কোঠাৰী আয়োগে আগবঢ়োৱা পৰামৰ্শ সমুহ অৱগত কৰা ।

🔷 বিশ্ববিদ্যালয় শিক্ষাৰ পুনৰ সংগঠন সম্পৰ্কে কোঠাৰী আয়োগে আগবঢ়োৱা পৰামৰ্শ সমুহ অৱগত কৰোৱা ।





অধ্যয়ণৰ  পৰিসৰ 


এই আলোচনা  পত্ৰখনত কোঠাৰী  আয়োগে আগবঢ়োৱা  স্কুলীয়া  আৰু  বিশ্ববিদ্যালয়  শিক্ষাৰ  পুনৰ সংগঠনৰ পৰামৰ্শসমুহৰ সম্পৰ্কে পৰিসৰত অন্তৰ্ভূক্ত কৰা হৈছে ।




অধ্যয়ণৰ  পদ্ধতি

▪ বৰ্ণনামূলক পদ্ধতি 

▪ দশমিক পদ্ধতি 



মূল বিষয়বস্তু

 আলোচনাখনৰ  মুল বিষয়বস্তু হ'ল স্কুলীয়া আৰু  বিশ্ববিদ্যালয়  শিক্ষাৰ  পুনৰ সংগঠন সম্পৰ্কে কোঠাৰী  আয়োগে আগবঢ়োৱা পৰামৰ্শসমূহ  আলোচনা কৰা ।




স্কুলীয়া শিক্ষাৰ পুনৰ সংগঠন


(১) প্ৰাথমিক স্তৰৰ  পূৰ্বে এক বছৰীয়া প্ৰাক-প্ৰাথমিক শিক্ষাৰ ব্যৱস্থা কৰিব লাগে ।


(২) ছয় বছৰতকৈ কম বয়সত প্ৰাথমিক স্তৰৰ নামভৰ্তি  কৰিব নালাগিব।


(৩) দশম শ্ৰেণীৰ  পাছৰ  পৰাহে ভিন্নমূখী পাঠ্যক্ৰমৰ  ব্যৱস্থা কৰিব লাগে ।



বিশ্ববিদ্যালয়  শিক্ষাৰ পুনৰ সংগঠন


(১) বিশ্ববিদ্যালয়ৰ  প্ৰথম  ডিগ্ৰীৰ পৰ্যায়ৰ  পাঠ্যক্ৰম তিনিবছৰতকৈ কম হ'ব নালাগে আৰু  স্নাতকোত্তৰ পৰ্যায়ৰ পাঠ্যক্ৰম দুই বা তিনি হ'ব নালাগে ।


(২) কিছুমান বিশ্ববিদ্যালয়ে স্নাতক মহাবিদ্যালয় আৰম্ভ কৰি সেইসমূহত  কোনো বিষয়ত তিনি বছৰীয়া স্নাতকোত্তৰ শ্ৰেণীৰ ব্যৱস্থা কৰিব পাৰিব ।



(৩) স্নাতক ডিগ্ৰীৰ বাবে কেতবোৰ নিৰ্বাচিত বিষয়ত  চাৰি বছৰীয়া বিশেষ পাঠ্যক্ৰম  অধ্যয়ণ আৰম্ভ কৰিব লাগে । এনে বিষয় প্ৰথমে পৰীক্ষামূলক ভাৱে বিশ্ববিদ্যালয়তে প্ৰথমে আৰম্ভ কৰিব লাগে ।



সামৰণি

.কোঠাৰী আয়োগে শিক্ষা সম্পৰ্কীয় বহুতো পৰামৰ্শৱালী আগবঢ়াইছিল । তাৰ ভিতৰত স্কুলীয়া আৰু বিশ্ববিদ্যালয় শিক্ষা  পুনৰ সংগঠন সম্পৰ্কত আগবঢ়োৱা পৰামৰ্শাৱলী সমূহ যথেষ্ট গুৰুত্বপূৰ্ণ ।



PPT  টো ডাউনলোড কৰিবলৈ তলৰ লিংকটো


ক্লিক কৰক/ইয়াত ক্লিক কৰক

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

https://www.ekarsangtakar.com/search/label/Botany%20Question%20Paper?m=1

Ads Bottom

https://www.ekarsangtakar.com/search/label/Botany%20Question%20Paper?m=1