(c) কাৰনট নীতিৰ চমু বিৱৰণ দিয়া।Give a brief description of the Carnot theorem.
(d) অণুৰ গড় মুক্ত পথ বুলিলে কি বুজা ?
What do you understand by mean free path of a molecule?
(e) কৃষ্ণকায় বিকিৰণর সংজ্ঞা লিখা। পূর্ণ কৃষ্ণকায় বিকিরণ বুলিলে কি বুজা ?
Define blackbody radiation! What do you understand by a perfectly blackbody?
3. (a) কদ্ধতাপি আৰু সমোষ্ণী স্থিতিস্থাপক গুণাংকব প্রকাশবাশি উলিওৱা ।Obtain an expression for the relation between adiabatic and isothermal Melasticities.
(b) এন্ট্র’পি আৰু তাপগতিবিজ্ঞান সম্ভাৱিতাৰ মাজত সম্পৰ্ক স্থাপিত কৰা ।
Establish the relation between entropy and thermodynamic probability.
4. (a) ষ্টিফেন-ব’ল্টজমান সূত্ৰটো প্লাংকৰ বিকিৰণ সূত্ৰৰ পৰা উলিওৱা ৷
Derive Stefan-Boltzmann law Planck's law of radiation./
(b) মেকছৱেল-ব’ল্টজমান, ব’ছ-আইনষ্টাইন ফার্মি-ডিৰাক পৰিসংখ্যাৰ তুলনা কৰা । Give a detailed comparison of Maxwell Boltzmann, Bose-Einstein and Fermi Dirac statistics.l
5. (a), কাৰনট চক্ৰৰ বিভিন্ন তাপগতিবিজ্ঞান প্রক্রিয়া আলোচনা কৰা আৰু কাৰনট ইঞ্জিনৰ কার্যকাৰিতাৰ প্ৰকাশৰাশি উলিওৱা ।
Discuss the various thermodynamic processes occurring in a Carnot cycle and obtain an expression for the efficiency of Carnot engine.
(b) মেকছৱেল সম্বন্ধ ব্যৱহাৰ কৰি তিনিটা Tas সম্বন্ধ ந উলিওৱা । Derive the three TdS relations using Maxwell's relations.
(c) প্ৰসাৰণ কি হয় ? গেছৰ গতিতত্ত্বৰ আধাৰত প্ৰসাৰণ গুণাংকৰ প্ৰকাশৰাশি উলিওৱা । What is diffusion? Obtain an expression for the coefficient of diffusion of a gas on the basis of kinetic theory.
অথবা / or
গেছৰ অণু বিতৰণব মেকছৱেল সূত্ৰৰ প্ৰকাশৰাশি উলিওৱা ।
Derive an expression for the Maxwell's law of distribution of velocities of molecules in a gas.
Download In PDF mode