প্ৰেম
◼ কাৰ্চাং তাকাৰ
পথাৰত নাঙলৰ মুঠি নধৰাজনে
কি বুজিব প্ৰেমৰ কথা
প্ৰেমত নপৰা জনে কি জানিব
ৰোৱনি নথকাত আইৰ ককাল বিষৰ কথা॥
Tapan Payeng
April 08, 2022
0
◼ কাৰ্চাং তাকাৰ
পথাৰত নাঙলৰ মুঠি নধৰাজনে
কি বুজিব প্ৰেমৰ কথা
প্ৰেমত নপৰা জনে কি জানিব
ৰোৱনি নথকাত আইৰ ককাল বিষৰ কথা॥