Breaking Posts

6/trending/recent

Hot Widget

Type Here to Get Search Results !

Ads

Endosperm(ভ্ৰুণপোষ),Bsc 5th Sem

 

Endosperm(ভ্ৰুণপোষ)

বেছিভাগ গুপ্তবীজী উদ্ভিদৰ ভিতৰত  থকা নিষেচনৰ পিছত সৃষ্টিহোৱা ভ্ৰুণক ভ্ৰুণপোষ বুলি কোৱা হয়। ভ্ৰুণপোষে বিকশিত হৈ থকা ভ্ৰুণক খাদ্যৰ যোগান দৰে । যেনে আৰ্কিভেছি ,পানী শিঙৰা গোত্ৰ ॥
                   নিষেচনৰ পৰা  আমাৰ জ্ঞাত যে দ্ধিনিষেচনত এটি পুংজনন কোষ male gamete আৰু এটি স্ত্ৰীজনন কোষ বা ডিম্বানুৰ মিলনৰ ফলত দ্ধিগুণিত ভ্ৰুণানু(zygote)ৰ সৃষ্টি হয়।

Endosperm(ভ্ৰুণপোষ)


ভ্ৰুণপোষৰ ক্ৰমজমৰ সংখ্যা(Cytology of Endosperm)

বেছিভাগ উদ্ভিদত ভ্ৰুণপোষ হল ত্ৰিগুণিত (triploi or 3n)।কাৰণ ভ্ৰুণস্থলীৰ ভিতৰত দ্ধিগুণিত (diploid or 2n)আৰু এগুনিত (n)পুংজনন কোষৰ মিলনতহে ভ্ৰুণপোষ সৃষ্টিকাৰী প্ৰাথমিক ভ্ৰুণপোষৰ সৃষ্টি হয়।আৰু ইয়েই পিছলৈ ভ্ৰুণপোষৰ সৃষ্টি কৰে ।


ভ্ৰুণপোষৰ বিভিন্ন ধৰণৰ:-


**Oenothera(কেন্দ্ৰীয় কোষটো এগুনিত(n)গতিকে ইয়াত প্ৰাথমিক ভ্ৰুণপোষ নিউক্লিয়াছ দ্ধিগুণিত (n+n) হয় বাবে ভ্ৰুণপোষবোৰ দ্ধিগুণিত ঠিক একেদৰে মেনিয়াত চাৰিটা নিউক্লিয়াছ বা চতুৰ্থগুনিয় ক্ৰমজম পোৱা যায়।

ভ্ৰুণপোষৰ প্ৰকাৰ:(Types of Endosperm)    

 ই তিনিপ্ৰকাৰৰ ,
(a)নিউক্লিয় ভ্ৰুণপোষ(Nuclear Endosperm)
(b)কোষীয় ভ্ৰুণপোষ(Cellular Endosperm)
(c)হেলভীয় ভ্ৰুণপোষ(Helobial Endosperm)

(a)নিউক্লিয় ভ্ৰুণপোষ(Nuclear Endosperm)  কেন্দ্ৰীয়  কোষৰ লগত পুংজনন কোষ লগ লাগি প্ৰাথমিক ভ্ৰুণপোষৰ নিউক্লিয়াছৰ PEN সৃষ্টি হয়।
ই মুক্তভাৱে অৰ্থাৎ কোষবেৰ সৃষ্টিবেৰ সৃষ্টি নকৰাকৈ  বিভাজীত হয় ফলত কেন্দ্ৰীয় কোষটোৰ ভিতৰত বহুতো নিউক্লিয়াছ মুক্তভাৱে সজ্জিত হৈ থাকে ।
               উদাহৰণস্বৰূপে লমাছিয়া Lomatia ৰ ক্ষেত্ৰত মুখ্য ডিম্বকমুলীয় শোষকৰ উপৰি সম্পুৰ্ণ ভ্ৰুণপোষৰ ওপৰত  বহুতো এককোষী আঙুলী সদৃশ গঠন কৰে ।

(b)কোষীয় ভ্ৰুণপোষ(Cellular Endosperm) 
কোষীয় ভ্ৰুণপোষৰ ক্ষেত্ৰত সৃষ্টিৰ প্ৰাৰম্ভিক অৱস্থাতো প্ৰাথমিক ভ্ৰুণপোষ নিউক্লিয়াছটোৰ মুক্তকোষ কেন্দ্ৰীয় বিভাজন নহয় বৰং লগে লগে কোষবেজৰো সৃষ্টি হয় ।এনেধৰনৰ ভ্ৰুণপোষৰ সাধাৰণ বৈশিষ্ট্য ।
           যেনে আয়ডিনা (Iodinia rhomobifolia)ৰ ক্ষেত্ৰত ভ্ৰুণপোষৰ সৃষ্টি হয় আকৌ বেলেগ বেলেগ ধৰনৰ ।ইয়াত নিষেচনৰ আগতেই শোষকৰ সৃষ্টি হয়।অনিশেচিত ভ্ৰুণস্থলীৰ ডিম্বকমুল  মুৰটো এটি ছিংগমৰ সৃষ্টি কৰে ।ইয়াৰ তলমুৰ অপৰাত আগবাঢ়ি যায় তথা যথেষ্ট পৰিমান কোষ সৃষ্টি  কৰে ।

(c)হেলভীয় ভ্ৰুণপোষ(Helobial Endosperm)  হেলভীয় ভ্ৰুণপোষ বেছিভাগ ক্ষেত্ৰত একবীজ পত্ৰী উদ্ভিদত দেখিবলৈ পোৱা যায়। এনে ভ্ৰুণপোষ সৃষ্টিৰ সময়ত প্ৰাথমিক ভ্ৰুণপোষ নিউক্লিয়াছটো অসমান কোঠালীত মুক্ত হয় । ইয়াৰে ডিম্বকৰন্ধ্ৰীয় কোঠালীতকৈ তুলনামুলকভাৱে ।



TAGLINE:-Endosperm,Types of endosperm,Bsc,Endosperm in Assamese medium,ভ্ৰুণপোষ কি?প্ৰকাৰ কি কি?

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

https://www.ekarsangtakar.com/search/label/Botany%20Question%20Paper?m=1

Ads Bottom

https://www.ekarsangtakar.com/search/label/Botany%20Question%20Paper?m=1