Breaking Posts

6/trending/recent

Hot Widget

Type Here to Get Search Results !

Ads

মেণ্ডেলীয় তত্ত্ব মানে কি? মেণ্ডেলৰ বংশগতি সুত্ৰকেইটা উল্লেখ কৰা। What does mendaeval theory mean? Mention the genealogy formulas of the mandel.

প্ৰশ্ন:- মেণ্ডেলীয়  তত্ত্ব মানে কি? মেণ্ডেলৰ  বংশগতি সুত্ৰকেইটা  উল্লেখ কৰা।

মেণ্ডেলীয়  তত্ত্ব মানে কি? মেণ্ডেলৰ  বংশগতি সুত্ৰকেইটা  উল্লেখ কৰা। What does mendaeval theory mean? Mention the genealogy formulas of the mandel.


What does mendaeval theory mean? Mention the genealogy formulas of the mandel.

উত্তৰ:-  একসংকৰণ  আৰু দ্ধি-সংকৰণ পৰীক্ষাৰ অন্তত মেণ্ডেলে জীৱৰ লক্ষণ নিয়ন্ত্ৰণ কাৰী বা জিনৰ বংশানুক্ৰমিক বংশগতি  প্ৰক্ৰিয়াৰ সম্পৰ্কে তিনিটা সুত্ৰ আগবঢ়ায়। বংশগতি হিচাপে জনাজাত তাকেই মেণ্ডেলীয় সুত্ৰ বোলে ।
At the end of the integration and dhee-version test, the mandele provides three formulas about the genetic gene process of the organism or the symptom control of the organism. He is known as genealogy and is called a mendaline thread.
                           মেণ্ডেলৰ সু্ত্ৰকেইটা হ'ল-
(i) প্ৰভাৱিতা সুত্ৰ/মেণ্ডেলৰ প্ৰথম সুত্ৰ
(ii) পৃথকীকৰণ সুত্ৰ/ মেণ্ডেলৰ দ্ধিতীয় সু্ত্ৰ
(iii) স্বতন্ত্ৰ বিন্যাস  সুত্ৰ/ মেণ্ডেলৰ তৃতীয় সু্ত্ৰ॥

(i) প্ৰভাৱিতা সুত্ৰ:- জীৱৰ কোনো লক্ষণৰ বাবে থকা বিপৰীতধৰ্মী লক্ষণযুক্ত সমযুতক দুটা জীৱৰ মাজত সংকৰণ ঘটালে প্ৰথম অপত্য জনু(F1)ত পিতৃ মাতৃ দুটা লক্ষণৰ এটা মাত্ৰ এটাহে প্ৰকাশ পায়। প্ৰকাশ পোৱা লক্ষণটোক প্ৰভাৱী আৰু অ-প্ৰকাশিত হোৱা লক্ষণটোক অপ্ৰভাৱী বোলে ।The first one (F1) reveals only one of the two signs of the parent when the opposite-religion ally is divided into two organisms due to any symptoms of the organism. The symptom syllable is called affection and non-manifesting symptom is ineffective.

(ii)পৃথকীকৰণ সুত্ৰ:-  এই-সুত্ৰত  "সংকৰণ পৰীক্ষাত F1 জনুত সৃষ্টি হোৱা  সংকৰ জীৱত পিতৃ আৰু মাতৃৰ পৰা অহা চৰিত্ৰৰ বিপৰীত ধৰ্মী লক্ষণৰ কাৰকবোৰ দেহকোষত আজীৱন একেলগে  থাকিলেওঁ জননকোষৰ গঠনৰ সময়ত ইহঁত পৃথক হৈ বেলেগ বেলেগ জননকোষত সোমায় ॥In this formula, "in the version test, the factors of religious symptoms opposite to the character from the father and mother in the hybrid organism formed in the F1 animal are together in the body cell for life.

(iii)স্বতন্ত্ৰ বিন্যাস:- দুযোৰ বিপৰীত ধৰ্মী লক্ষণৰ কাৰকবোৰ  F1 জনুত একত্ৰিত হৈ থাকে যদিওঁ জনবকোষ  গঠনৰ সময়ত ইহঁত  পৰস্পৰে পৃথক  হৈ প্ৰতিটো কাৰকে স্বতন্ত্ৰ ভাৱে যিকোনো  বিপৰীত ধৰ্মী  লক্ষণৰ কাৰকৰ লগত জননকোষ  গঠন কৰে ।
The factors of two pairs of opposite religious symptoms are combined in the F1, although they separate each other during the formation of the public cell and form the genital cells independently with any opposite religious symptom factor.


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

https://www.ekarsangtakar.com/search/label/Botany%20Question%20Paper?m=1

Ads Bottom

https://www.ekarsangtakar.com/search/label/Botany%20Question%20Paper?m=1