Breaking Posts

6/trending/recent

Hot Widget

Type Here to Get Search Results !

Ads

মহিলা/কন্যা শিশুৰ লগত জড়িত সমস্যা:/Presentation/BA 4th semester

 মহিলা/কন্যা শিশুৰ লগত জড়িত সমস্যা:/Presentation/BA 4th semester

মহিলা/কন্যা শিশুৰ লগত জড়িত সমস্যা:/Presentation/BA 4th semester






স্বাগতম

নৰ্থ লখিমপুৰ মহাবিদ্যালয়(স্বা:)

আলোচনা পত্ৰ

বিষয়: মহিলা/কন্যা শিশুৰ লগত জড়িত সমস্যা: 

১। সন্মান ৰক্ষ্যাৰ্থে হত্যা

২। যৌতুক

তত্বাবধায়ক

ড° ইশ্মীৰেখা সন্দিকৈ 

সহযোগী অধ্যাপীকা

শিক্ষা বিভাগ




প্ৰস্তুতকৰ্তা, 




পিকু হাজৰিকা ১৯বি এ ০১৭

ৰুমী নাথ          ১৯বি এ১১২

প্ৰীতি গুপ্তা        ১৯বি এ১৪৪

সুনিল পায়েং    ১৯বি এ১৬৭

বিতুপন শইকীয়া ১৯বি এ২০৯

বিশাখা ৰয়        ১৯বি এ২৩৮

নিতুপন বৰা       ১৯বি এ২৬৭

ভৱানী দেৱী       ১৯বি এ ২৭৪

অভিজীত দত্ত    ১৯বি এ৩০৮

নিলোতপল গগৈ ১৯বি এ ৩৫৮





বিষয়: মহিলা/কন্যা শিশুৰ লগত জড়িত সমস্যা:

১।সন্মান ৰক্ষাৰ্থে হত্যা

২।যৌতুক



সূচীপত্ৰ

সাৰাংশ

০.০১: অৱতৰনিকা

০.০২: বিষয়বস্তুৰ উদ্দেশ্য

০.০৩: বিষয়বস্তুৰ গুৰুত্ব

০.০৪: বিষয়বস্তুৰ অধ্যয়ণৰ পদ্ধতি

১.০০: বিষয়বস্তুৰ মূল অধ্যয়ণ

১.০১: সামৰণি

 সহায়ক গ্ৰন্থপুন্জী


সাৰাংশ:

সাম্প্ৰতিক সময়ত নাৰীৰ প্ৰস্থিতি আৰু সন্মান বৃদ্ধিৰ বাবে বহুতো পদক্ষেপ গ্ৰহণ কৰা হৈছে যদিও নাৰীৰ সমস্যা সমূলি নিৰ্মূল হোৱা নাই। নিৰক্ষৰতা,শিক্ষাৰ অভাৱ,গৃহস্থী ধৰ্মী পালন কৰা, ধৰ্ষণ,কৰ্মক্ষেত্ৰত যৌন অতিশয্য আদি মহিলাৰ একো একোটা ডাঙৰ সমস্যা।




০.০০ অৱতৰণিকা 

সামাজিক লিংগ স্থাপনৰ ক্ষেত্ৰত নাৰীতকৈ পুৰুষেই সৰ্ববিদ্যমান। হেতুকে নাৰী/কন্যা শিশুৰ সমস্যা জনিত কাৰণ সমূহ অত্যধিক হোৱা দেখা যায়।




০.০১ বিষয়বস্তুৰ উদ্দেশ্য: 

মহিলা/ কন্যা শিশুৰ লগত জড়িত সমস্যা যেনে যৌতুক আৰু সন্মান ৰক্ষাৰ্থে কৰা হত্যা সমূহ নি:শেষ কৰাৰ পদক্ষেপ।




০.০২ বিষয়বস্তুৰ গুৰুত্ব

শৈক্ষিক দিশ তথা সামাজিক লিংগ ভুমিকাত পৃষ্ঠপোষকতা কৰা নৈতিক দিশ সমূহেই বিষয়বস্তুৰ মূল গুৰুত্ব।


০.০৩ অধ্যয়ণৰ পদ্ধতি

* দশমিক পদ্ধতি

* বিশ্লেষণাত্মক পদ্ধতি



১.০০ মূল অধ্যয়ণ:

মহিলা/কন্যা শিশুৰ লগত জড়িত সমস্যাই ভৌগোলিক তথা সামাজিক প্ৰেক্ষাপটত তুলপাৰ লগাইছে অৰ্থাৎ নানান ধৰণৰ সমস্যা য'ত, যৌতুক, সন্মান ৰক্ষাৰ্থে হত্যা এটা প্ৰাসংগিক দিশ হৈ পৰিছে। এই সমস্যা সমূহৰ পৰিপ্ৰেক্ষিতত প্ৰতিবাদৰ কোনো স্থায়িত্ব নাই। প্ৰতিবাদ সমূহ প্ৰত্যক্ষ  ভাবেহে হোৱা দেখা যায় আৰু পৰোক্ষ ভাৱে তাৰ কোনো চিনচাব নাই।




১.০১সামৰণি

এই সমস্যা সমূহ নিৰ্মুলকৰণৰ বাবে সকলোৱে সজাগ আৰু সচেতন হব লাগিব। সাংবিধানিক আৰু আইনগত বাবেও ইয়াৰ ব্যবস্থা লোৱা উচিত।


সহায়ক গ্ৰন্থপুন্জী:

শইকীয়া তৰুণ,শইকীয়া ৰুণু বৰা- "লিংগ আৰু শিক্ষা"



ডাউনলোড কৰিবৰ বাবে তলৰ Download  শব্দটো ক্লিক কৰক

Download Now

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

https://www.ekarsangtakar.com/search/label/Botany%20Question%20Paper?m=1

Ads Bottom

https://www.ekarsangtakar.com/search/label/Botany%20Question%20Paper?m=1