উদ্দেশ্য:- পানীত বাস কৰা প্ৰাণীৰ অভিযোজন সম্পৰ্কে অধ্যয়ণ॥
মন্তব্য:- উদাহৰণ:-
(a)ৰৌ -মাছ(Labeo Rohita)
1.প্ৰায়ভাগ মাছৰে একোটা ছুইম ব্লাডাৰ থাকে যিয়ে হাইড্ৰষ্টেটিক অংগ হিচাপে কাম কৰে । অৰ্থাৎ ই পানীত উপঙি থকাত সহায় কৰে ।(মাছৰ ছুইম ব্লাডাৰে কেনেধৰে পানীত সহায় কৰে?)
2.দেহ চেপেটাঁ আৰু দীঘলীয়া হয় যি সিহতঁক পানী আৰু দেহৰ ঘৰ্ষণ কমোৱাত সহায় কৰে ।
3.সিহঁতে ফুলৰ সহায়ত উশাহ লয় আৰু সেয়ৱহে দ্ৰৱীভূত অক্সিজেনৰ লগত পানী দেহৰ ভিতৰত প্ৰৱেশ কৰে ।
4.নিমিলক ছডা(Nictitating Membrane)ৰ দ্ধাৰা চকু আৱৰি থাকে আৰু পানীৰ পৰা চকু সুৰক্ষা প্ৰদান কৰে ।(নিমিলক ছডাৰ ক্ৰিয়া কি?)
5.সংবেদী পাৰ্শ্বীয় ৰেখাত সংবেদীকোষ-সমুহ থাকে যিয়ে পানীত হোৱা সামান্যতম প্ৰাৰ্থক্যকো অনুভুত কৰিব পাৰে ।
6.চেপেটা ফানবোৰে দেহৰ সমন্ধয় ৰক্ষা কৰোতে আৰু সাতোঁৰা কামত সহায় কৰে।(মাছৰ ফানবোৰৰ কাৰ্য কি?)
7.দেহ দীঘল আৰু বাকলিযুক্ত। বাকলিবোৰে শৰীৰক সুৰক্ষা দিয়ে আৰু পানীত ভিজাৰ পৰা ৰক্ষা কৰে ॥
Keyword:-
◼পানীত বাস কৰা জীৱবোৰে কেনেকৈ জলত বাস কৰে ?
◼ৰৌ মাছে পানীতে কেনেকৈ উশাহ লয়?
◼মাছৰ ক্ষেত্ৰত ছুইম ব্লাডাৰে কি কৰে ?
◼মাছৰ অংগ হিচাপে থকা ফানৰ কাম কি?
Download This practical ,while click following the link
Download now