Breaking Posts

6/trending/recent

Hot Widget

Type Here to Get Search Results !

Ads

পানীত বাস কৰা প্ৰাণীৰ অভিযোজন সম্পৰ্কে অধ্যয়ণ(ৰৌমাছ)

 উদ্দেশ্য:- পানীত বাস কৰা প্ৰাণীৰ অভিযোজন সম্পৰ্কে অধ্যয়ণ॥





মন্তব্য:- উদাহৰণ:-

(a)ৰৌ -মাছ(Labeo Rohita)






1.প্ৰায়ভাগ মাছৰে একোটা ছুইম ব্লাডাৰ থাকে যিয়ে হাইড্ৰষ্টেটিক অংগ হিচাপে কাম কৰে । অৰ্থাৎ ই পানীত উপঙি থকাত সহায় কৰে ।(মাছৰ ছুইম ব্লাডাৰে কেনেধৰে পানীত সহায় কৰে?)




2.দেহ চেপেটাঁ আৰু দীঘলীয়া হয় যি সিহতঁক পানী আৰু দেহৰ ঘৰ্ষণ কমোৱাত সহায় কৰে ।




3.সিহঁতে ফুলৰ সহায়ত উশাহ লয় আৰু সেয়ৱহে দ্ৰৱীভূত অক্সিজেনৰ লগত পানী দেহৰ ভিতৰত প্ৰৱেশ কৰে ।




4.নিমিলক ছডা(Nictitating Membrane)ৰ দ্ধাৰা চকু আৱৰি থাকে আৰু পানীৰ পৰা চকু সুৰক্ষা প্ৰদান কৰে ।(নিমিলক ছডাৰ ক্ৰিয়া কি?)




5.সংবেদী পাৰ্শ্বীয় ৰেখাত সংবেদীকোষ-সমুহ থাকে যিয়ে পানীত হোৱা সামান্যতম প্ৰাৰ্থক্যকো অনুভুত কৰিব পাৰে ।




6.চেপেটা ফানবোৰে দেহৰ সমন্ধয় ৰক্ষা কৰোতে আৰু সাতোঁৰা কামত সহায় কৰে।(মাছৰ ফানবোৰৰ কাৰ্য কি?)




7.দেহ দীঘল আৰু বাকলিযুক্ত। বাকলিবোৰে শৰীৰক সুৰক্ষা দিয়ে আৰু পানীত ভিজাৰ পৰা ৰক্ষা কৰে ॥










Keyword:-

◼পানীত বাস কৰা জীৱবোৰে কেনেকৈ জলত বাস কৰে ?

◼ৰৌ মাছে পানীতে কেনেকৈ উশাহ লয়?

◼মাছৰ ক্ষেত্ৰত ছুইম ব্লাডাৰে কি কৰে ?

◼মাছৰ অংগ হিচাপে থকা ফানৰ কাম কি?




Download This practical ,while click following the link

Download now

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

https://www.ekarsangtakar.com/search/label/Botany%20Question%20Paper?m=1

Ads Bottom

https://www.ekarsangtakar.com/search/label/Botany%20Question%20Paper?m=1