Breaking Posts

6/trending/recent

Hot Widget

Type Here to Get Search Results !

Ads

Present Perfect Tense ৰ ব্যৱহাৰ:-

 ** Present Perfect Tense ৰ ব্যৱহাৰ:-

Present Perfect Tense ৰ ব্যৱহাৰ:-


1) যিকোনো এটা কাম এইমাত্ৰ হোৱা বা শেষ হোৱা বা সমাধা হোৱা বুজালে Present Perfect Tense ব্যৱহাৰ কৰা হয় ৷ (Present Perfect Tense is used to understand that any work has just been done or completed.) যেনে:- 1) তেওঁ এইমাত্ৰ ওলাই গ'ল।


=> He has gone out just now. 2) মই কিতাপখন পঢ়িলো।


=> I have read the book.



=>The train has just departed. 4) লগুৱাজনে গিলাছটো ভাঙিলে।


=> The attendant( servant) has broken the glass.


5) মই ইতিমধ্যে ভাত খাই উঠিলো। => I have already taken my meal.


6) চিঠিখন লিখিলানে?


=> Have you written the letter?


অতীতত হৈ যোৱা কাম এটা এতিয়াই হৈ যোৱাৰ দৰে


ফটফটীয়াকৈ মনত থাকিলে তেনেক্ষেত্ৰত Present perfect tense ব্যৱহাৰ কৰা হয়। ( Present perfect tense is used when one remembers a thing that has happened in


the past as it is now.) যেনে:- মই তাজমহল দেখিছো।


=> I have seen the Tajmahal.


2) ম‍ই আৰব সাগৰ দেখিছো।


=> I have seen the Arabian sea. 3) গান্ধীজীয়ে দেশৰ বাবে বহু কাম কৰিছে।


=> Gandhiji has done a lot of work for the country.


4) এই ছবিখন ৰামে আকিছে।


=> Ram has drawn this picture. 5) তেওঁ এটা নতুন অট্টালিকা সাঁজিছে।


=> He has built a new building. 6) তুমি সাগৰ দেখিছানে?


=> Have you seen the sea ?


Present perfect tense in continuative :- কিছুদূৰ অতীতৰ পৰা বৰ্ত্তমানলৈকে চলি থকা কাম এটা বুজাবলৈ Perfect tense ৰ continuative use হয়। (The Perfect tense is a continuative use to explain a work


that lasts from some distance past to the present.)


যেনে:-


1) সিহঁতে যোৱা প্ৰত্যেক 5 বছৰ পৰা জানি আছে।


=>They have known each other for the the past five


years.


2) সিহঁতে 1980 চনৰ পৰা এইখন ঘৰত বাস কৰে। They have lived in this house since 1980.


3) তেওঁ কেতিয়াও সুৰাজনিত মদ নাখায়।

 He has never drunk alcoholic liquor. 4) আমি প্রত্যেক 10 বছৰৰ পৰা জানি আছো।

=> We have Known each other for ten years.


5) আমি 1952 চনৰ পৰা এইখন ঘৰত বাস কৰি আছো

=> We have lived in this house since 1952.


6) মই কেতিয়াওঁ চাহ নাখাও।

=> I have never drunk tea.

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

https://www.ekarsangtakar.com/search/label/Botany%20Question%20Paper?m=1

Ads Bottom

https://www.ekarsangtakar.com/search/label/Botany%20Question%20Paper?m=1