Breaking Posts

6/trending/recent

Hot Widget

Type Here to Get Search Results !

Ads

আপং,অণুগল্প .◼কাৰ্চাং তাকাৰ

 আপং


আপং আপোনাৰ দৃষ্টিত নিচা পানীয় কিন্তু বোধকৰো আপুনি নাযানে সাহসী ,অদম্য শক্তি ইন্ধন যোগোৱাৰো অন্যতম উৎস। বাইশ বছৰ ধৰি নিজম খুৰাই পুতেৰাক ভুলৰ  বাবে খং ,অভিমানৰ বাবে গালীওঁ দিব পৰা নাছিল কাৰণ পুতেৰাৰ  হৃদয় খূউব পাতল ঠান কথাত সহজে চকু থুপে আৰু নিজম খুৰাৰো সাহস নাই,যোৱা কালি কতনো সাহস পালে জানো ভোলনাথৰ দৰে চকি ডাঙৰ কৰি পুতেৰাক কঠোৰ তীক্ষ্ণ কথা ॥ পিছদিনাহে গম পালো ,ভোলনাথ হোৱাৰ উৎস আপঙহে আছিল॥


আপং



Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

https://www.ekarsangtakar.com/search/label/Botany%20Question%20Paper?m=1

Ads Bottom

https://www.ekarsangtakar.com/search/label/Botany%20Question%20Paper?m=1