Breaking Posts

6/trending/recent

Hot Widget

Type Here to Get Search Results !

Ads

সময় /অণুগল্প/কাৰ্চাং তাকাৰ/তপন পায়েং

 

Making the Web Beautiful!
সময়
সময়


সময়

     

মই ভাৱিছিলো ,নিজৰ জীৱনটো গঢ়ি লওঁ অথচ তাইক সুখত ৰাখিব পৰাকৈ নিজকে উপযুক্ত কৰি লওঁ । এইবাবে "নিবেদিতা"ক কোৱা নহল মনৰ  কথাবোৰ  "মই যে তাইক কিমান ভাল পাওঁ"॥ সময় আৰু মানুহৰ মন জানো একেই থাকে । আজি মই ৰাজহ চক্ৰৰ বিষয়া ,চলিবলৈ আৰু তাইক  সুখত ৰাখিবলৈ মোৰ সামৰ্থ্য আছে ।

:- কিন্তু !তাইৰ এতিয়া কপালতচোন অচিন ৰাজকোৱঁৰৰ তিলক॥

সন্ধিয়া হলেই ৰৈ থাকো তাইৰ বাবে আজিয়ো ,কলেজীয়া সাজত দেখা পাবলৈ হাজাত চাৰি আলিতে , বকুলৰ তলতে  চিগাৰেটৰ সৈতে কথা পাতি॥

-কাৰ্চাং তাকাৰ

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

https://www.ekarsangtakar.com/search/label/Botany%20Question%20Paper?m=1

Ads Bottom

https://www.ekarsangtakar.com/search/label/Botany%20Question%20Paper?m=1