Breaking Posts

6/trending/recent

Hot Widget

Type Here to Get Search Results !

Ads

বহাগৰ গীত😊মনোৰঞ্জন কুলি

 বহাগৰ গীত


মনোৰঞ্জন কুলি


বহাগ এটি মাথোঁ ঋতু নহয়

বহাগ মানে এক আনন্দময়ৰ দিন

বহাগ মানে যৌৱনা পৃথিৱী

বহাগ মানে বাধাহীন প্ৰেমৰ দল!


বহাগ মানে জংকি-পানৈ

বহাগ মানে নেমানে জাতি-কুল

বহাগ মানে বিহুৱান

বহাগ মানে ঐক্য!

বহাগৰ গীত


বহাগ মানে নহয়

তই মিচিং মই অনামিচিং

হিন্দু-মুছলমান

বহাগে নেমানে জাতি-ধৰ্ম-বৰ্ণ

বহাগে মানে আমি অসমীয়া

মাথোঁ আমি অসমীয়া

জীৱনে মৰণে চিৰদিন চিৰকাল।


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

https://www.ekarsangtakar.com/search/label/Botany%20Question%20Paper?m=1

Ads Bottom

https://www.ekarsangtakar.com/search/label/Botany%20Question%20Paper?m=1